৩৫ টন কয়লা সৰবৰাহ, পাঁচখনকৈ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ

বকোত পাঁচখনকৈ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ। বকো আৰক্ষীয়ে জব্দ কৰে ট্ৰাককেইখন। প্ৰায় ৩৫ টন কয়লা সৰবৰাহ কৰিছিল ট্ৰাককেইখনত।

গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে বকোৰ আগছিয়াত জব্দ ট্ৰাকেইখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...