“বিগ বছ” ছিজন ১৫ জয় মডেল তেজস্বী প্ৰকাশৰ

টিভি জগতৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটি শ্ব’ “বিগ বছ” ছিজন ১৫ জয় কৰে টিভি অভিনেতা আৰু মডেল তেজস্বী প্ৰকাশে।

“স্বৰাগিনী” নামৰ ধাৰাবাহিকত অভিনয় কৰা তেজস্বী প্ৰকাশে বিগ বছ ট্ৰফীৰ লগতে লাভ কৰে ৪০ লাখ টকাৰ পুৰস্কাৰ।

চুপাৰষ্টাৰ চলমান খানে হস্ট কৰা জনপ্ৰিয় ৰিয়েলিটি শ্ব’টোৰ ২য় স্থানত থাকে প্ৰতীক চেহজপাল । ৩য় স্থান লাভ কৰে জনপ্ৰিয় অভিনেতা কৰণ কুন্দ্ৰাই আৰু অভিনেত্ৰী শমিতা চেট্টীয়ে চতুৰ্থ স্থান লাভ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...