ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ চলিব ভুটভুটী নাও

ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ চলিব যন্ত্ৰচালিত নাও। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচলৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে ১০খন ভুটভুটী নাও। প্ৰতিখন নাওতে স্থাপন কৰা হৈছে শক্তিশালী ইঞ্জিন। চালকে সুবিধা মতে নিয়ন্ত্ৰণ কৰিব পৰা এই ভুটভুটীসমূহৰ বহন ক্ষমতা অনুযায়ী যাত্ৰী উঠোৱা হ’ব।

যাত্ৰীৰ সুৰক্ষাৰ বাবে ভুটভুটীসমূহত আছে লাইফ জেকেট, লাইফ ব’ট আদিও। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত থকা তিনিটাকৈ পাৰঘাটৰ পৰা চলাচল কৰিব এই ভুটভুটীসমূহ। উল্লেখ্যে যে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত সংঘটিত নাও দুৰ্ঘটনাৰ পিছত বন্ধ কৰা হৈছিল ভুটভুটীৰ চলাচল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

এনেকৈয়ে শেষ হয়নে সকলো!

মে'ৰ ১০ তাৰিখে আছিল বিয়া… মাহ-হালধিৰে নুৱাই বিয়াৰ সাজ...

RSSৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সম্মিলনীৰ মানৱ দৰদী বঁটা

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ...

ডাৱৰ বিস্ফোৰণত ভয়াৱহ পৰিস্থিতি, উটি গৈছে ঘৰ–দুৱাৰ

ডাৱৰ বিস্ফোৰণত ভয়াৱহ পৰিস্থিতি, উটি গৈছে ঘৰ–দুৱাৰ। ভূমিস্খলনত পথতে...

অভিষেক মেচতেই IPLৰ তিনিটা ঐতিহাসিক অভিলেখ ভংগ কৰিলে বৈভৱ সূৰ্যবংশীয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু...