আফগানিস্তান এতিয়া সম্পূৰ্ণ স্বাধীন: তালিবান

আফগানিস্তান এৰিলে মাৰ্কিন সেনাৰ অন্তিমটো গোটে
সোমবাৰে নিশাই কাবুল এৰিলে মাৰ্কিন সেনাই
গুলী, আতচবাজীৰে তালিবানৰ বিজয় উৎসৱ
তালিবানীৰ ঘোষণা আফগানিস্তান এতিয়া সম্পূৰ্ণ স্বাধীন

আফগানিস্তান এৰিলে মাৰ্কিন সেনাই। অৱসান ঘটিল তালিবানৰ বিৰুদ্ধে ২০বছৰীয়া যুদ্ধ আৰু আফগানিস্তান পুনৰ নিৰ্মাণ অভিযানৰ। তালিবানৰ বিৰুদ্ধে দুই দশক পূৰ্বে আফগানিস্তানত আৰম্ভ হৈছিল আমেৰিকাৰ অভিযান, তালিবানবাহিনীৰ ক্ষমতা দখলেৰে অন্তঃ পৰে এই অভিযানৰ। ইয়াৰ লগে লগে পাঞ্জশীৰ উপত্যকাৰ বাহিৰে সমগ্ৰ আফগানিস্তানেই এতিয়া তালিবানৰ নিয়ন্ত্ৰণলৈ গ’ল।

আফগানিস্তান এৰাৰ মূহুৰ্তত মাৰ্কিন সেনা বাহিনীৰ অন্তিমজন সৈনিক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...