Tag: NKTV

Browse our exclusive articles!

কীৰ্তিকমলক ‘চান্দা পাৰ্টীৰ মানুহ’ আখ্যা আনন্দ মিশ্ৰৰ!

প্ৰসংগঃ নগাঁও এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদনচৰকাৰী তদন্তক প্ৰত্যাহ্বান এছ পি আনন্দ মিশ্ৰৰকীৰ্তিকমলক পুনৰ ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টাকীৰ্তিকমলক ‘চান্দা পাৰ্টীৰ মানুহ’ আখ্যা আৰক্ষী অধীক্ষকৰসমগ্ৰ ঘটনাটো ৰাজনীতিকৰণ...

চুপাৰি মাফিয়া কাৰ্তিক পালক গ্ৰেপ্তাৰ

চুপাৰি মাফিয়া কাৰ্তিক পালক গ্ৰেপ্তাৰ। কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰ্তিকক। শিলচৰৰ বিলাপাৰ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুপাৰি মাফিয়াটোক। চুপাৰি মাফিয়া আলতাফ হুছেইনৰ...

মহাভাৰতৰ ‘ভীম’ প্ৰবীন কুমাৰ চবতিৰ মৃত্যু

টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক মহাভাৰতৰ ভীম প্ৰবীন কুমাৰ চবতিৰ মৃত্যু। হৃদৰোগত আক্ৰান্ত হৈ সোমবাৰে নিশা দিল্লীৰ বাসগৃহত মৃত্যুক সাবটি লয় অভিনেতাজনে। বি আৰ চোপ্ৰাৰ মহাভাৰতত...

চুপাৰি, সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ শিলচৰত CID!

বৰাকত ছিণ্ডিকেটৰ বিৰুদ্ধে অপাৰেশ্যন অল আউট। চুপাৰি, সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ শিলচৰত CID। দীৰ্ঘদিন ধৰি বৰাকত চলি অহা সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ CIDৰ এটা...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব পাৰে৷ প্রেম–প্রীতিত অনুকূল৷ বৃষঃ কিছু সন্দেহ আৰু...

Popular

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...

আলী লাৰিজানী কোন? যাৰ বাবে আমেৰিকাই ইচ্ছা কৰিলেও ইৰাণক আক্ৰমণ কৰিব নোৱাৰিলে…

আপাততঃ ইৰাণক আক্ৰমণ নকৰে আমেৰিকাই। ছৌদি আৰব, কাটাৰ আৰু...

Subscribe

spot_imgspot_img