Tag: NKTV

Browse our exclusive articles!

ইউক্ৰেইনত ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পত ৰুছৰ আক্ৰমণ!

ইউক্ৰেইনত অব্যাহত ৰাছিয়ান সেনাৰ ষ্ট্ৰাইকইউক্ৰেইনৰ জপোৰিজিয়াস্থিত ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণপ্লাণ্টটোত সংঘটিত হয় অগ্নিকাণ্ডচহৰখন ঘেৰাও কৰি আক্ৰমণ চলাইছে ৰুছ সেনাইধাৰাবাহিক গুলী আৰু বোমা...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : সৌভাগ্যৰ সংযোগ। বুদ্ধিবৃত্তিত নিজস্বতা থাকিব। নিৰামিষ খাদ্য খাওক। শাৰীৰিক-মানসিক উদ্যম থাকিব। প্রতিভা বিকাশৰ যোগ। বৃষ : কর্মত দৃঢ়তা থাকিব। আনৰ ওপৰত সকলো নিৰ্ভৰ...

কিয় চেলছিক বিক্ৰী কৰিব ওলাইছে ৰাছিয়ান স্বত্বাধিকাৰী ৰোমান আব্ৰামোভিছে?

২০০৩ চনত ইংলিছ ফুটবল ক্লাব চেলছিক ক্ৰয় কৰিছিল ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ অন্যতম সংগী ৰোমান আব্ৰামোভিছে । কিন্তু ১৯ বছৰৰ পিছত চেলিছিক বিক্ৰী কৰাৰ চিন্তা...

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ সামৰিক আগ্ৰাসন বন্ধ কৰাৰ পক্ষত ১৪১টা ভোট

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানক লৈ ভোটদানভোটদানৰ পৰা বিৰত থাকে ভাৰতসামৰিক আগ্ৰাসন বন্ধ কৰাৰ পক্ষত ১৪১টা ভোট৩৫খন দেশ বিৰত থাকে ভোটদানৰ পৰাৰাছিয়াৰ...

বাংলাদেশত গ্ৰেপ্তাৰ KLOৰ সাধাৰণ সম্পাদক

চৰকাৰৰে শান্তি চুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বাংলাদেশত গ্ৰেপ্তাৰ KLOৰ সাধাৰণ সম্পাদক। বাংলাদেশ আৰ্মীয়ে গ্ৰেপ্তাৰ কৰে কৈলাশ কোঁচ নামৰ KLO সদস্যজনক। সংগঠনটোৰ তৰফৰ পৰা...

Popular

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...

আলী লাৰিজানী কোন? যাৰ বাবে আমেৰিকাই ইচ্ছা কৰিলেও ইৰাণক আক্ৰমণ কৰিব নোৱাৰিলে…

আপাততঃ ইৰাণক আক্ৰমণ নকৰে আমেৰিকাই। ছৌদি আৰব, কাটাৰ আৰু...

Subscribe

spot_imgspot_img