গুৱাহাটীৰ ৰাজপথত তাণ্ডৱ চলালে সুৰাপায়ী যুৱতীয়ে

সুৰাৰ অবিহনে যেন উদযাপন কৰিব নোৱাৰে একাংশই। সুৰাৰ বাবেই সময়ে সময়ে একাংশই ম্লান কৰে উৎসৱৰ আনন্দ। হোলীৰ নিশা গুৱাহাটীত অনাকাংক্ষিত ঘটনা। গুৱাহাটীৰ ৰাজপথত তাণ্ডৱ চলালে সুৰাপায়ী যুৱতীয়ে। মুখত অশ্ৰাব্য শব্দ, লণ্ড-ভণ্ড কৰিলে ব্যৱসায় প্ৰতিষ্ঠান। গুৱাহাটীৰ বেলতলাত সুৰাৰ ৰাগীত মাতাল এগৰাকী যুৱতীয়ে সৃষ্টি কৰিলে সন্ত্ৰাসৰ। একাংশ লোকে আৱদ্ধ কৰিলে যুৱতীগৰাকীক। আন যুৱতীৰ সৈতেও চুলিয়াচুলিত লিপ্ত যুৱতীগৰাকী। একাংশই যুৱতীকো কৰিলে গ*ণপ্ৰহাৰ। ফালি চিৰাচিৰ কৰিলে কাপোৰ। ঘটনাক লৈ বেলতলাত হুলস্থুলীয়া পৰিৱেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...