কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস

কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস। বিগত এমাহে এটা বনৰীয়া ম’হৰ বিচৰণত শংকিত কলিয়াবৰ জমখলা গাঁৱৰ ৰাইজ। কেতিয়াবা পথাৰত, কেতিয়াবা বাহঁনীৰ তলত, কেতিয়াবা ঘৰৰ পাছফালৰ বাৰীত অৱস্থান ম’হটোৰ। এখন ঠেঙত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত ম’হটোৱে বিচৰণ কৰিছে গাঁৱৰ ভিন্ন স্থানত। ম’হটো জনাঞ্চলৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বনবিভাগ। আাঘতপ্ৰাপ্ত ম’হটোৰ চিকিৎসাৰ ব্যৱস্থা কৰাতো ব্যৰ্থ বনবিভাগ। যন্ত্ৰণাত জমখলা গাঁৱৰ হাবি-জংঘলত দৌৰি বিচৰণ কৰিছে ম’হটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...