Tag: NKTV

Browse our exclusive articles!

কিমান কোটিৰ কেলেংকাৰী কৰি গ্ৰেপ্তাৰ হ’ল প্ৰভাত কলিতা?

জলসিঞ্চন বিভাগৰ গাণনিক প্ৰভাত কলিতাক গ্ৰেপ্তাৰ৪ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ গাণনিকজনকনিশা গুৱাহাটীস্থিত নিজা বাসগৃহৰ পৰা টংলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰেঅন্তৰ্ৱৰ্তীকালীন জামিন নাকচৰ পিছতেই নিশাই...

শ্বেন ৱাৰ্ণৰ মৃত্যুক লৈ কিয় চলিছে চৰ্চা?

কিম্বদন্তী শ্বেন ৱাৰ্ণৰ মৃত্যুক লৈ এতিয়াও চৰ্চা অব্যাহত। লেগ স্পীনাৰজনৰ মেনেজাৰে শেহতীয়াকৈ জনায়েছে যে মৃত্যুৰ দুসপ্তাহ পূৰ্বে বুকুৰ বিষত ভুগিছিল শ্বেন ৱাৰ্ণ। এই সময়ছোৱাতে...

ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত মোদীৰ বিশেষ বৈঠক

যুদ্ধজৰ্জৰ ইউক্ৰেইনত আবদ্ধ বহু ভাৰতীয়। ইউক্ৰেইনৰ পৰা ভাৰতীয়ক উদ্ধাৰৰ বাবে তীব্ৰ গতিত চলিছে অপাৰেশ্যন গংগা। ইউক্ৰেইনৰ পৰা পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বিশেষ বৈঠক। বৈঠকত উপস্থিত ৰাষ্ট্ৰীয়...

নগাঁৱত হেৰ’ইনসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী

নগাঁৱত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানকাতিমাৰী পথাৰত অভিযান আৰক্ষীৰহেৰ’ইনসহ আটক এটা ড্ৰাগছ সৰবৰাহকাৰীকধৃত ড্ৰাগছ সৰবৰাহকাৰীটো গুলজাৰ হুছেইন

আজি কেৰিয়াৰৰ শততম টেষ্টত অৱতীৰ্ণ হ’ব বিৰাট কোহলি

আজি কেৰিয়াৰৰ শততম টেষ্টত অৱতীৰ্ণ হব বিৰাট কোহলি। মহালিত শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতীয় দল নমাৰ লগে লগে অনন্য কৃতিত্ব অৰ্জন কৰিব ৰাণ...

Popular

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...

আলী লাৰিজানী কোন? যাৰ বাবে আমেৰিকাই ইচ্ছা কৰিলেও ইৰাণক আক্ৰমণ কৰিব নোৱাৰিলে…

আপাততঃ ইৰাণক আক্ৰমণ নকৰে আমেৰিকাই। ছৌদি আৰব, কাটাৰ আৰু...

Subscribe

spot_imgspot_img