Tag: NKTV

Browse our exclusive articles!

ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ব্ৰইলাৰ মাংসৰ দাম

ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ব্ৰইলাৰ মাংসৰ দাম। ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধি পাইছে প্ৰতি পষেকত ২০-৩০ টকাকৈ। দাম বৃদ্ধিত হাহাকাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে সাধাৰণ ৰাইজৰ।...

ফাতেহা-ই-দোৱাজ-দহম কিয় পালন কৰা হয়? ইয়াৰ তাৎপৰ্য কি?

আৰবী মাহৰ ৰবিউল আউৱালৰ ১২ তাৰিখত ফাতেহা-ই-দোৱাজ-দহম বিশেষভাবে পালন কৰা হয়। ফাতেহাৰ অৰ্থ হ'ল, দোৱা কৰা, প্ৰাৰ্থনা কৰা আৰু দোৱাজ-দাহমৰ অৰ্থ হল,১২তাৰিখ। অৰ্থাত ৰবিউল...

নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধত অব্যাহত ভূমিস্খলন

নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধত অব্যাহত ভূমিস্খলনএইবাৰ নদীবান্ধৰ লেফট্ বেংকত ভয়ংকৰ ভূমিস্খলননেৰানেপেৰা বৰষুণৰ ফলত পানীৰ সোঁতে লৈছে ভয়ংকৰ ৰূপখহি পৰিছে খনভংগুৰ পাহাৰৰ বৃহৎ অংশনদীবান্ধৰ গাৰ্ডৱালতো...

অৰুণোদয়ৰ ধন পোৱাসকললৈ সুখবৰ

নতুনকৈ প্ৰতিটো সমষ্টিত ৭ হাজাৰ লোকে পাব অৰুণোদয় আঁচনিৰ ধন। সোমবাৰৰৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ১,২৫০ টকাকৈ পাব। https://youtu.be/8orw9ncCEUw

কণ্ঠশিল্পী দীপলিনা ডেকাৰ মহানুভৱতা

দুৰ্গাপূজাৰ সপ্তমীৰ দিনটোত ব্ৰহ্মাজানৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ধনবৰ ভূঞা নামৰ ব্যক্তিজনে। তেওঁৰ দুটি সন্তানৰ কান্দোনে সকলোৰে অন্তৰ চুই গৈছিল। অতি দৰিদ্ৰ সীমাৰেখাৰ তলত...

Popular

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...

Subscribe

spot_imgspot_img