মদাহীৰ পৰা ৰাজহ লৈ মদাহীৰে চিকিৎসা কৰিব লাগে!

0 131

সুৰাপায়ীৰ বিৰুদ্ধে অভিযান চলাই জৰিমনা বিহি ৰাজহ সংগ্ৰহ কৰে পৰিবহণ বিভাগে। কিছু সুৰাপায়ীৰ টকাৰে সুৰাপায়ীকে চিকিৎসা কৰে চৰকাৰে, আবকাৰী মন্ত্ৰীৰ কথাই আউল লগাইছে এতিয়া জনতাক।

Leave A Reply

Your email address will not be published.