Tag: NKTV News

Browse our exclusive articles!

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা৷গাভৰু গড়কোষত নগা দুবৃত্তই সৃষ্টি কৰিছে আতংকৰআদিত্য গগৈ নামৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত গুলীচালনা৷গুলীবৰ্ষণৰ ঘটনাৰ পিছতে সীমান্তত আতংকময় পৰিবেশ৷

সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমর্পণ

সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমর্পণ। নিশা হাতীগাঁও থানাত আত্মসমৰ্পণ আক্ৰমণকাৰী বিকি আহমেদৰ। বিকি আহমেদ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ভতিজাক। বিকিয়ে ইটাৰে আক্ৰমণ...

সৰুপথাৰত অঘটন, চানা খাই অসুস্থ ৫০ৰো অধিক ছাত্ৰ-ছাত্ৰী

সৰুপথাৰৰ উৰিয়ামঘাটত খাদ্যত বিষক্ৰিয়া। চানা খাই ৫০ৰো অধিক ছাত্ৰ-ছাত্ৰী অসুস্থ হোৱাৰ সন্দেহ। বমি, পেটৰ বিষ, জ্বৰত আক্ৰান্ত শিক্ষাৰ্থীসকল। সৰুপথাৰ আৰু বোকাজান চিকিৎসালয়ত ভৰ্তি অসুস্থ...

মহানগৰীত পুনৰ ছুৰিকাঘাতৰ ঘটনা

মহানগৰীত পুনৰ ছুৰিকাঘাতৰ ঘটনাবৰদেউতাকক আক্ৰমণ ভতিজাকৰবৰা চাৰ্ভিচত সংঘটিত হৈছে এই ঘটনাপাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহঘটনাস্থলীত উপস্থিত পল্টনবজাৰ আৰক্ষীআহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ

মহাকুম্ভ মেলালৈ গৈ নিৰুদ্দেশ তিনিচুকীয়াৰ কেইবাগৰাকীও মহিলা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। মহাকুম্ভ মেলালৈ আগমন ঘটিছে দেশ-বিদেশৰ ভক্তৰ লগতে সাধু-সন্তৰ। অসমৰ পৰাও মহাকুম্ভ মেলালৈ গৈছে ভক্ত। কিন্তু তাৰ মাজতে...

Popular

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

Subscribe

spot_imgspot_img