মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা৷
গাভৰু গড়কোষত নগা দুবৃত্তই সৃষ্টি কৰিছে আতংকৰ
আদিত্য গগৈ নামৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত গুলীচালনা৷
গুলীবৰ্ষণৰ ঘটনাৰ পিছতে সীমান্তত আতংকময় পৰিবেশ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াৰ মাটিত বাংলাদেশৰ ইতিহাস…

৯ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়া। ২২ আগষ্টত দ্বিতীয়খন টেষ্ট, শৃংখলা...

‘ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই আছিল মোৰ ভুল’: দলীয় কাৰ্যালয়ত উদ্ধাৰ পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃতদেহ

পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ (TMC) জ্যেষ্ঠ...