Tag: NKTV News

Browse our exclusive articles!

গুজৰাটৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভূক্ত ভাগৱত গীতা

গুজৰাটৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভূক্ত ভাগৱত গীতা। ষষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব লাগিব গীতা। এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে গুজৰাট চৰকাৰে। ভাৰতীয় সভ্যতা...

দিগভ্ৰষ্ট হৈ অনন্ত ৰামচিয়াৰীৰ বাসগৃহত পৰিল মৰ্টাৰ, সেনাৰ প্ৰশিক্ষণৰ সময়ত ভয়ংকৰ ঘটনা!

তামুলপুৰৰ পাহাৰপুৰত অঘটন। প্ৰশিক্ষণৰ সময়ত দিগভ্ৰষ্ট হৈ সাধাৰণ লোকৰ ঘৰত পৰিল মৰ্টাৰ। পঞ্জাৱ ৰেজিমেণ্টৰ প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই ঘটনা। কাষতে থকা এখন গাঁৱৰ...

মহানগৰীৰ ক’ত জব্দ হ’ল কোটি টকাৰ সোণৰ বিস্কুট?

মহানগৰীৰ ISBTৰ সমীপত জব্দ কোটি টকাৰ সোণৰ বিস্কুটগ্ৰেপ্তাৰ যুৱৰাজ অধিকাৰী নামৰ এটা সৰবৰাহকাৰীধৃত যুৱৰাজৰ ঘৰ দাৰ্জিলিঙতবাছযোগে শিলিগুৰিলৈ সৰবৰাহৰ চেষ্টা কৰিছিলশিলিগুৰিৰ পৰা নেপাললৈ নিয়াৰ চেষ্টা...

উত্তৰ প্ৰদেশত বিফল হ’ল আছাদউদ্দিন ওৱেছিৰ AIMIM

হায়দৰাবাদস্থিত ৰাজনৈতিক দল AIMIM-এ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১০০ খন আসনৰ ভিতৰত ৯৯ খন আসন হেৰুৱাইছে। যদিও ২০১৭ চনৰ তুলনাত উত্তৰ...

শোৱাপাটীত উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহ!

মহানগৰীৰ ভঙাগড় থানাত চাঞ্চল্যকৰ ঘটনাশোৱাপাটীতে উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহযান-বাহন আৰক্ষীজন বিপ্লৱ সিনহাবৃহস্পতিবাৰে কৰ্তব্য সম্পন্ন কৰি শুই পৰিছিল বিপ্লৱশুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় বিপ্লৱকএটি...

Popular

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

Subscribe

spot_imgspot_img