গুজৰাটৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভূক্ত ভাগৱত গীতা

গুজৰাটৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভূক্ত ভাগৱত গীতা। ষষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব লাগিব গীতা। এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে গুজৰাট চৰকাৰে। ভাৰতীয় সভ্যতা আৰু পৰম্পৰাৰ ধৰি ৰখাৰ বাবে এই প্ৰচেষ্টা গুজৰাট চৰকাৰৰ।

ছাত্ৰ-ছাত্ৰীৰ অধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সিদ্ধান্ত চৰকাৰৰ। গীতাৰ মহত্ব নীতি বুজা উচিত ছাত্ৰ-ছাত্ৰীয়ে। এই মন্তব্য গুজৰাটৰ শিক্ষামন্ত্ৰী জিতু বাঘানীৰ। চৰকাৰৰ সিদ্ধান্ত আদৰণি জনাইছে কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...