Tag: NKTV News

Browse our exclusive articles!

শিশুৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ কি কি কৰিব অভিভাৱকে?

এটি শিশুৰ বৰ্ধিত ওজনক লৈ বৰ্তমান বহু অবিভাৱক চিন্তিত হোৱা দেখা যায়। এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে সন্তানৰ ওজন নিয়ন্ত্রণত কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব...

একে নিশাই ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

একে নিশাই ৰাজ্যত দুটাকৈ এনকাউণ্টাৰশোনিতপুৰৰ ভালুকপুঙত পুৱতি নিশা আৰক্ষীৰ এনকাউন্টাৰচাৰিদুৱাৰ আৰক্ষী আৰু নিষিদ্ধ ঘোষিত সংগঠন NLFB ৰ মুখামুখি সংঘৰ্ষঅসম-অৰুণাচল সীমান্তৰ ভালুকপুঙৰ বাৰ মাইলত সংঘটিত...

ভাৰত-ৰাছিয়া বন্ধুত্বৰ সৰ্ম্পকৰ সৰ্ন্দভত আমেৰিকাৰ নতুন বিবৃতি!

ভাৰত-ৰাছিয়া বন্ধুত্ব সৰ্ম্পকৰ সন্দৰ্ভত আমেৰিকাই এক নতুন বিবৃতি দি কয় যে আমি দুয়োৰে মাজত বন্ধুত্ব ভাঙিব নিবিচাৰো, আনহাতে আগতে আমেৰিকাই কৈছিল যে মস্কোৱে ভাৰতক...

মধ্যবিত্তক মাধমাৰ! আজিৰ পৰা বৃদ্ধি পাব এইসমূহ সামগ্ৰীৰ দাম

প্ৰতিজন ভাৰতীয় মধ্যবিত্তৰ সংসাৰ এতিয়া অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাবে হৈ পৰিছে নচলা। পুৱা উঠিয়েই শুনা যায় বাঢ়িল এইটো বস্তুৰ দাম, কাইলৈ বাঢ়িব সেইটো বস্তুৰ দাম।...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– উন্নত পৰিৱেশ৷ ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে৷ কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰৰ সম্ভাৱনা৷ যাত্রা শুভ৷ যাত্রা বা শুভ কাম কৰোঁতে...

Popular

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...

Subscribe

spot_imgspot_img