Tag: NKTV News

Browse our exclusive articles!

সোণাৰিত কাঠফুলা খাই শিশুসহ ৪ জনৰ মৃত্যু

সোণাৰিত কাঠফুলা খাই শিশুসহ ৪ জনৰ মৃত্যু২নং লালতি পথাৰত কাঠফুলা খাই অসুস্থ হৈছিল ৮জন৭ এপ্ৰিলত সেৱন কৰিছিল বিষাক্ত কাঠফুলাআটাইকেইজন চিকিত্সাধীন হৈ আছিল AMCHতচিকিত্সাধীন অৱস্থাত...

গুজৰাটৰ ৰাসায়নিক কাৰাখানাত বিস্ফোৰণ! ৬ শ্ৰমিকৰ থিতাতে মৃত্যু

গুজৰাটৰ আৰক্ষীয়ে জনোৱা অনুসৰি গুজৰাটৰ ভাৰুচ জিলাৰ এটা ৰাসায়নিক কাৰাখানাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত ৬জন শ্ৰমিকৰ লগে লগে মৃত্যু হয়। জানিবপৰা মতে ঘটনাটো...

আমিষ-নিৰামিষ খাদ্য খোৱাক লৈ JNUত লংকাকাণ্ড!

আমিষ-নিৰামিষ খাদ্য খোৱাক লৈ JNUত লংকাকাণ্ডনিশা বিশ্ববিদ্যালয়খনত দুটা ছাত্ৰদলৰ মাজত প্ৰচণ্ড মাৰপিটমাৰপিটত গুৰুতৰভাৱে আহত কেইবাজনো ছাত্ৰABVPৰ সমৰ্থকে আমিষ খাদ্য খোৱাত বাধা দিয়াৰ অভিযোগৰাম নৱমী...

অস্থিৰ পাকিস্তানে অদূৰ ভৱিষ্যতত সুস্থিৰে থাকিবলৈ দিবনে ভাৰতবৰ্ষক!

✒️ অচিন্ত্য শৰ্মা ইছলামাবাদৰ ঘটনাক্ৰমে কেনেদৰে প্ৰভাবিত কৰিব নতুন দিল্লীৰ সিদ্ধান্তক? বৰ্তমান এনেবোৰ প্ৰশ্নই উত্থাপিত হ'বলৈ লৈছে বিভিন্নজনৰ মনত। কাৰণ সাম্প্ৰদায়িক ৰক্তবন্যাৰে ভাৰতবৰ্ষক খণ্ডিত কৰি...

অসমৰ ভূমিত থকা দলঙত অগ্নিসংযোগ খাচী দুৰ্বৃত্তৰ!

অশান্ত পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তঅসমৰ ভূমিত থকা দলঙত অগ্নিসংযোগ খাচী দুৰ্বৃত্তৰঅগ্নিসংযোগ কৰা ৩ দুৰ্বৃত্তক কৰায়ত্তপথ নিৰ্মাণত জড়িত শ্ৰমিকৰ প্ৰচেষ্টাত নিৰ্বাপিত জুইঅভিযুক্ত দুৰ্বৃত্ত ৩টা...

Popular

দেৱদাস চৰিত্ৰতো ৰূপায়ণ কৰিবলৈ সুৰাৰ আশ্ৰয় লৈছিল শ্বাহৰুখ খানে!

ৰোমাঞ্চ, হাঁহি, কান্দোন, খং, দুখ, শোক সকলো উজাই আহে...

ছলমান খানৰ জীৱন দাম নিৰ্ধাৰণ কৰিলে গেংষ্টাৰ বিষ্ণয়ে

'যদি জীয়াই থাকিব খুজিছা ৫ কোটি দিয়া, নহ’লে বাবা...

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

Subscribe

spot_imgspot_img