Tag: NKTV News

Browse our exclusive articles!

কুকুৰা পালন কৰাৰ বাবেই এঘৰীয়া হ’ল এজন শিক্ষিত নিবনুৱা

পুনৰ বিতৰ্কৰ আৱৰ্তত উত্তৰ-পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। এইবাৰ মৰিয়নিত কুকুৰা পালকৰ বিৰুদ্ধে ফটোৱা জাৰি সংঘৰ। কুকুৰা পালন কৰাৰ বাবেই এঘৰীয়া হ’ল...

তিনিটাকৈ শক্তিশালী বিস্ফোৰণে কঁপালে কাবুল, থিতাতে নিহত ছজন

তিনিটাকৈ শক্তিশালী বিস্ফোৰণে মঙলবাৰে কঁপাই তোলে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলক। কাবুলৰ পশ্চিম অঞ্চলৰ ডষ্ট-ই-বাৰ্ছি অঞ্চলত অৱস্থিত আব্দুল ৰহিম শ্বহীদ হাইস্কুলত একেলেথাৰিয়ে সংঘটিত হয় তিনিটাকৈ...

আপুনি পৌৰ নিৰ্বাচনৰ ভোটাৰ নেকি? গুৱাহাটীৰ ভোটাৰে জানিবই লাগিব এই খবৰ!

সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটাৰ ৰাইজৰ সুবিধাৰ্থে নিজৰ ভোট গ্ৰহণ কেন্দ্ৰ তথা ৱাৰ্ডৰ বিষয়ে জানিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰিছে যোগাযোগৰ এটি...

দিল্লীৰ পৰা অসমলৈ অহা ৩৯ বছৰীয়া লোকৰ দেহত ক’ভিড

নগাঁৱত পুনৰ ক'ভিডত আক্ৰান্ত এজন ব্যক্তি। নতুন দিল্লীৰ পৰা ঘূৰি অহা এগৰাকী ব্যক্তিৰ দেহত ক'ভিডৰ সংক্ৰমণ। আক্ৰান্ত ব্যক্তিগৰাকীৰ নাম ৰঞ্জিত ডেকা। ৩৯ বছৰীয়া লোকজনক...

পৃথিৱী দেখিয়েই মৃত্যু ৰোনাল্ডোৰ সন্তানৰ

পৃথিৱী দেখিয়েই মৃত্যু ৰোনাল্ডোৰ সন্তানৰ। ১৬ এপ্ৰিলত ইংলিছ প্ৰিমিয়াৰ লীগত হেটত্ৰিক অৰ্জনেৰে সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিছিল মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। কঠিন মেচখনত মানচেষ্টাৰ ইউনাইটেডক ৩-২...

Popular

ভয়াৱহভাৱে প্ৰদূষিত হৈছে ৰাজধানী দিল্লী

ভয়াৱহভাৱে প্ৰদূষিত হৈছে ৰাজধানী দিল্লী। দিল্লীৰ বায়ুমান সূচাংক ক্ৰমশঃ...

দেৱদাস চৰিত্ৰতো ৰূপায়ণ কৰিবলৈ সুৰাৰ আশ্ৰয় লৈছিল শ্বাহৰুখ খানে!

ৰোমাঞ্চ, হাঁহি, কান্দোন, খং, দুখ, শোক সকলো উজাই আহে...

ছলমান খানৰ জীৱন দাম নিৰ্ধাৰণ কৰিলে গেংষ্টাৰ বিষ্ণয়ে

'যদি জীয়াই থাকিব খুজিছা ৫ কোটি দিয়া, নহ’লে বাবা...

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

Subscribe

spot_imgspot_img