বকোত বড়ো সাহিত্য সভাৰ অধিৱেশন

বকোত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ অধিৱেশন। ৬৩ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ ল’লে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। অধিৱেশনক লৈ বৰ্ণিল পৰিৱেশৰ সৃষ্টি হৈছে বকোত।

বকোত বড়ো সাহিত্য সভাৰ অধিৱেশন
গান্ধী ময়দানত উদুলি–মুদুলি পৰিৱেশ
দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ শিক্ষামন্ত্ৰীৰ
বড়ো ভাষাক আগুৱাই নিয়াৰ আহ্বান শিক্ষামন্ত্ৰীৰ
অধিৱেশনত বহু কেইখন গ্ৰন্থ উন্মোচন

বকোত ‘‘বৰ’ থুনলাই আফাড’’
বড়ো সাহিত্য সভাৰ অধিৱেশনক লৈ বৰ্ণিল পৰিবেশ
বড়ো সংস্কৃতিৰে উদ্ভাসিত অধিৱেশনস্থলী
কামৰূপৰ বকোৰ গান্ধী ময়দানত চলি আছে ৬৩ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন। অধিৱেশনৰ দ্বিতীয় দিনা অগণন লোকৰ উপস্থিতিয়ে জীপাল কৰি তুলিলে গান্ধী ময়দান। নৃত্য–গীতেৰে মুখৰ হ’ল অধিৱেশনস্থলী

শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে অধিৱেশন। অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ ল’লে শিক্ষামন্ত্ৰী ৰনোজ পেগু, অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা, বিশিষ্ট ব্যৱসায়ী জয়ন্ত বৰুৱা, ৰাভা হাচং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যৱাহী টংকেশ্বৰ ৰাভাকে ধৰি বহুসংখ্যক বিশিষ্ট লোকে। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বড়ো সাহিত্য সভাৰ দায়িত্ব শিক্ষায়তনিক পৰিৱেশনৰ প্ৰসাৰ কৰাৰ বাবে আহ্বান জনায়।

অধিৱেশনৰ মঞ্চত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়
দেওবাৰে অন্ত পৰিব বড়ো সাহিত্য সভাৰ অধিৱেশনৰ

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...