Tag: NKTV News

Browse our exclusive articles!

আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত Arohan Women Conclave

আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত Arohan Women Conclave। Invest In Woman, Accelerate Progress থীম হিচাপে লৈ আলোচনা সন্মিলনত। বিভিন্ন ক্ষেত্ৰত উজলি উঠা কেইবাগৰাকীও মহিলাৰ জীৱন সংগ্ৰাম...

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগাত নাও দুৰ্ঘটনা

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগাত নাও দুৰ্ঘটনা। শোকাৱহ নাও দুৰ্ঘটনাত এটি কণমানিসহ ৩ জনৰ কৰুণ মৃত্যু। বাংলাদেশত উদ্ধাৰ হৈছে দুজন নাওযাত্ৰীৰ মৃতদেহ। উদ্ধাৰ হ’ল...

কাজিৰঙা কাৰ্বি আংলং পৃষ্ঠভুমিত বিৰল প্ৰজাতিৰ দীঘল নেজীয়া আৰোহন কৰিব পৰা নিগনিৰ সন্ধান 

দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উভচৰ প্ৰাণী বিশেষজ্ঞ ফিৰোজ আহমেদৰ ত্বতাৱধানত কাজিৰঙাৰ কঁহৰা নদী উপত্যকাত ক্ষেত্ৰ অধ্যয়ন কৰি থকা সংগঠনটোৰ এটা গৱেষকৰ দলে কাৰ্বি...

১৪৪ৰ মাজতো গেংষ্টাৰৰ জানাজাত জনসমুদ্ৰ

১৪৪ৰ মাজতো গেংষ্টাৰৰ জানাজাত জনসমুদ্ৰমুখতাৰ আনছাৰীক শেষ শ্ৰদ্ধা জনাবলৈ আহিল ৩০ সহস্ৰাধিক লোকআনছাৰীৰ ‘ৰহস্যজনক’ মৃত্যুক লৈ উত্তাল উত্তৰ প্ৰদেশৰ ৰাজনীতি উত্তৰ প্ৰদেশৰ মৌ সমষ্টিৰ ৫...

চ’তৰ বুকুত সম্ভাৱনা কঢ়িয়াই ব’হাগ আহিছে ৰমকে জমকে

তৰণি নাই নাচনীৰ খোজতনাহৰো ফুলিল গছৰে ডালতআগলি বাঁহ চাঁচি সাজিছে গগণাঢোল পেঁপাৰ মাততে বিহুটিৰ বতৰা চ’তৰ বুকুত সম্ভাৱনা কঢ়িয়াই ব’হাগ আহিছে ৰমকে জমকে। অসমৰ প্ৰতি...

Popular

NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ড: CBIৰ চাৰ্জশ্বীটত নাম সাঙোৰ খাইছে NTAৰ ৩ গৰাকী বিষয়-বিশেষজ্ঞৰ

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)ই...

এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক...

কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ গৱেষক ছাত্ৰ বিক্ৰম মুবায়ীৰ ৰহস্যজনক মৃত্যু

কেলিফৰ্ণিয়াৰ ছিয়েৰা নেভাডাত (Sierra Nevada) একক হাইকিং যাত্ৰাৰ সময়ত...

Subscribe

spot_imgspot_img