২ভাতৃক অপহৰণ কৰি হত্যা, টংলাৰ জঘন্য কাণ্ডই কঁপাইছে অসম

টংলাৰ নিৰুদ্দিষ্ট ২ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। ডিঙি কটা অৱস্থাত উদ্ধাৰ ছাত্ৰ দুজনৰ মৃতদেহ। শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পৰা নিৰুদ্দেশ হৈছিল দুয়ো। টংলা কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়োজন। মৃত ছাত্ৰ দুজনৰ নাম গৌৰৱ শৰ্মা, কৌশিক শৰ্মা। আজি পুৱা উদ্ধাৰ হৈছে দুয়োৰে মৃতদেহ। দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ। পঞ্চম আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল কৌশিক আৰু গৌৰৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...