Tag: News

Browse our exclusive articles!

নৱম শ্ৰেণীৰ পৰীক্ষাত ভাল ফলাফল! ১৫ বছৰীয়া পুত্ৰক ২ কোটি ৩০ লাখ টকাৰ BMW উপহাৰ পিতৃৰ

পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ গলছিত সংঘটিত এক ঘটনাই এতিয়া...

ট্ৰাম্পৰ দলৰ পৰাজয়ৰ পাছতে বিশ্বৰ শ্বেয়াৰ বজাৰত উত্থান! দীপাৱলীৰ পূৰ্বে বিনিয়োগকাৰীৰ সম্পত্তি বৃদ্ধি প্ৰায় ৮ লাখ কোটি টকা

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ পৰাজয়ৰ...

মহাত্মা গান্ধীক চৰম অপমান, কালিচৰণ মহাৰাজক গ্ৰেপ্তাৰ

ছত্তীশগড়ত অনুষ্ঠিত ধৰ্মীয় সভাত মহাত্মা গান্ধীক লৈ আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় নেতা কালিচৰণ মহাৰাজ। ৰায়পুৰ আৰক্ষীয়ে খাজুৰাহোৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে...

নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ হ’ব নেকি AFSPA?

নাগালেণ্ডত AFSPA সম্পৰ্কত পৰ্যালোচনাকেন্দ্ৰই গঠন কৰিছে বিশেষ পৰ্যালোচনা কমিটী৬জনীয়া কমিটীয়ে পৰ্যালোচনা কৰিব AFSPA সম্পৰ্কতড০ বিবেক যোশীৰ অধ্যক্ষতাত গঠিত হৈছে এই কমিটীকমিটীত আছে নাগালেণ্ডৰ মুখ্য...

৩১ ডিচেম্বৰ: কেবৰ ড্ৰাইভাৰে কৰিব নোৱাৰিব সুৰাপান, ৰেপিড’ চালকে সুৰাপান কৰিলে জব্দ হ’ব বাইক!

কেব সেৱাৰ প্ৰতি চোকা দৃষ্টি পৰিবহণ বিভাগৰ৩১ ডিচেম্বৰত কেবৰ ড্ৰাইভাৰে কৰিব নোৱাৰিব সুৰাপানসুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব জৰিমনাৰেপিড’ চালকে সুৰাপান কৰিলে জব্দ হ’ব...

১৫-১৮ বছৰৰ কিশোৰ–কিশোৰীক বাবে ভেকচিন, COWIN এপৰ জৰিয়তে কৰিব লাগিব নাম পঞ্জীয়ন

দেশজুৰি অব্যাহত আছে অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ। ইখনৰ পিছত সিখন ৰাজ্যলৈ বিয়পিছে কৰ’নাৰ এই নতুন ভেৰিয়েণ্ট। সোমবাৰে এদিনতে দেশত ১৩৫ জন লোক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত...

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৬ জন মাওবাদীৰ মৃত্যু

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৬ মাওবাদীৰ মৃত্যুতেলেংগনা-ছত্তিশগড় সীমান্তত এই ঘটনাআৰক্ষী-CRPF এ যুটীয়াভাৱে চলাইছিল অভিযানদীৰ্ঘ সময় ধৰি চলিছিল গুলীয়াগুলীঘটনাত হতাহত হোৱা নাই নিৰাপত্তাৰক্ষীৰ লোক

Popular

নৱম শ্ৰেণীৰ পৰীক্ষাত ভাল ফলাফল! ১৫ বছৰীয়া পুত্ৰক ২ কোটি ৩০ লাখ টকাৰ BMW উপহাৰ পিতৃৰ

পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ গলছিত সংঘটিত এক ঘটনাই এতিয়া...

ট্ৰাম্পৰ দলৰ পৰাজয়ৰ পাছতে বিশ্বৰ শ্বেয়াৰ বজাৰত উত্থান! দীপাৱলীৰ পূৰ্বে বিনিয়োগকাৰীৰ সম্পত্তি বৃদ্ধি প্ৰায় ৮ লাখ কোটি টকা

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ পৰাজয়ৰ...
spot_imgspot_img