নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ হ’ব নেকি AFSPA?

  • নাগালেণ্ডত AFSPA সম্পৰ্কত পৰ্যালোচনা
  • কেন্দ্ৰই গঠন কৰিছে বিশেষ পৰ্যালোচনা কমিটী
  • ৬জনীয়া কমিটীয়ে পৰ্যালোচনা কৰিব AFSPA সম্পৰ্কত
  • ড০ বিবেক যোশীৰ অধ্যক্ষতাত গঠিত হৈছে এই কমিটী
  • কমিটীত আছে নাগালেণ্ডৰ মুখ্য সচিব জে আলমসহ কেইবাজনো বিষয়া
  • ৩ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব কমিটীয়ে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...