দুটাকৈ নতুন ক’ভিড ভেকচিনলৈ অনুমোদন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

দুটাকৈ নতুন ক’ভিড ভেকচিনলৈ অনুমোদন জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। মঙলবাৰে অনুমোদন লাভ কৰে বায়’লজিকেল Eৰ ক’ৰ্বিভেক্স আৰু ছিৰাম ইনষ্টিটিউটৰ ক’ভ’ভেক্সে। ইয়াৰ লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জৰুৰীভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এণ্টি ভাইৰেল ড্ৰাগছ মলনুপিৰাভিৰলৈ অনুমোদন জনাইছে।

ক’ৰ্বিভেক্স হ’ল দেশৰ প্ৰথমটো RBD প্ৰটিন ভেকচিন। এই ভেকচিন প্ৰস্তুত কৰিছে হায়দৰাবাদৰ বায়’লজিকেল-ই নামৰ প্ৰতিষ্ঠানটোৱে। আনহাতে পুনেৰ ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰিছে ক’ভ’ভেক্স। ইয়াৰ উপৰি জৰুৰী সময়ত প্ৰাপ্তবয়স্ক ৰোগীৰ ব্যৱহাৰৰ বাবে মলনুপিৰাভিৰ এণ্টি ভাইৰেল ড্ৰাগছ উৎপাদন কৰিব ১৩টাকৈ কোম্পানীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...