Tag: News

Browse our exclusive articles!

ৰাজ্যসভা নিৰ্বাচনৰ প্রাকমুহূৰ্তত কংগ্ৰেছ-AIUDFৰ সংঘাত!

ৰাজ্যসভা নিৰ্বাচনৰ প্রাকমুহূৰ্তত কংগ্ৰেছ-AIUDFৰ সংঘাতAIUDFক বিশ্বাস আৰু আস্থাত নোলোৱাৰ অভিযোগকংগ্রেছ নেতৃবৰ্গই ৰাজহুৱাভাৱে এৰাই চলিছে AIUDFৰ নামকংগ্রেছৰ অফিচিয়েল টুইটত নাথাকে AIUDF অথবা আজমলৰ নামবিশ্বাসত লোৱা...

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত কেইটা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই?

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৭টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। বিজেপিয়ে ৭টা ৱাৰ্ড এৰি দিছে অগপক। ১,১১,১২,১৩,১৪,৩৩,৫৯ নম্বৰ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। ইয়াৰে পশ্চিম গুৱাহাটীৰ...

ৰীলত নচা চুমিয়ে ৰিয়েলত নচুৱাইছে আৰক্ষীক

বহুক্ষেত্ৰতেই একমাত্ৰ চুমি বৰা। প্ৰথম নহৈয়ো নিজকে প্ৰথম মহিলা কৰিঅ'গ্ৰাফাৰ বুলি দাবী কৰা প্ৰথম চুমি। কেইটামান গানতে কৰিঅ'গ্ৰাফী কৰি কোটিটকীয়া বিয়া পতা প্ৰথমগৰাকী যুৱতী...

শিক্ষামন্ত্ৰীৰে হোৱা আলোচনাত সন্তুষ্ট নহয় ৰাজ্যৰ ৰান্ধনী-সহায়িকা সন্থা

শিক্ষামন্ত্ৰীৰে হোৱা আলোচনাত সন্তুষ্ট নহয় ৰাজ্যৰ ৰান্ধনী-সহায়িকা সন্থা। আলোচনাৰ পিছত পুনৰ আন্দোলনৰ হুংকাৰ ৰান্ধনী-সহায়িকা সন্থাৰ। শুকুৰবাৰৰ দিনা প্ৰতিবাদ সাব্যস্ত কৰা ৰান্ধনী-সহায়িকা সন্থাক মাননি বৃদ্ধিৰ...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল...

Popular

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...

Subscribe

spot_imgspot_img