Tag: News

Browse our exclusive articles!

অৰুণাচলৰ নিৰুদ্দিষ্ট কিশোৰক উদ্ধাৰ! দাবী চীনা সেনাৰ

প্ৰসংগ: অৰুণাচলৰ কিশোৰক অপহৰণ চীনা সৈন্যৰচীনা সেনাৰ স্পষ্টীকৰণ– অপহৰণ নহয়, উদ্ধাৰ কৰিছিল নিখোজ কিশোৰকনিৰুদ্দেশ হোৱা মিৰাম টেৰনক উদ্ধাৰ কৰাৰ দাবী চীনা সেনাৰ১৭ বছৰীয়া কিশোৰজনক...

নগাঁৱৰ গুলীচালনাৰ ঘটনাক লৈ তৎপৰ অসম আৰক্ষী, ঘটনাত জড়িত আৰক্ষী জোৱানক ৰিজাৰ্ভ ক্ল’জ

নগাঁও এনকাউণ্টাৰক লৈ আত্মৰক্ষাৰ চেষ্টা আৰক্ষীৰ। নগাঁৱৰ গুলীচালনাৰ ঘটনাক লৈ তৎপৰ অসম আৰক্ষী। ঘটনাত জড়িত আৰক্ষী জোৱানক ৰিজাৰ্ভ ক্ল’জ। https://twitter.com/assampolice/status/1485135007706681345 তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।...

দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ

শুকুৰবাৰৰ তুলনাত দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ২৪ ঘণ্টাত দেশত সংক্ৰমিত ৩ লাখ ৩৭ হাজাৰ লোকশুকুৰবাৰৰ তুলনাত এই সংখ্যা ২.৭ শতাংশ কমসক্ৰিয় ক’ভিড আক্ৰান্তৰ হাৰ...

নিজে গৰ্ভধাৰণৰ পৰিৱৰ্তে চেৰ’গেট মাতৃৰ জৰিয়তে সন্তান জন্ম দিবলৈ সাজু প্ৰিয়ংকা চোপ্ৰা

মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। শুকুৰবাৰে নিশা স্বামী নিক জ’নাছৰ স’তে এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অৱশ্য প্ৰিয়ংকা চোপ্ৰাই নিজে গৰ্ভধাৰণৰ পৰিৱৰ্তে চেৰ’গেট...

গণৰাজ্য দিৱসত ৰাজ্যত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব?

সমাগত গণৰাজ্য দিৱস। ইতিমধ্যে দেশজুৰি চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। ব্যতিক্ৰম নহয় অসমো। এইবাৰ গণৰাজ্য দিৱসত ৰাজ্যত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব পতাকা? খানাপাৰাত পতাকা উত্তোলন...

Popular

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

Subscribe

spot_imgspot_img