Tag: News

Browse our exclusive articles!

প্ৰথমবাৰলৈ হ্ৰাস পালে সুৰা পান কৰি ধৰা পৰাৰ জৰিমনা! ক’ত জানেনে?

সুৰা পান কৰি ধৰা পৰা সকলৰ বাবে প্ৰথমবাৰলৈ জৰিমনা হ্ৰাস কৰিলে বিহাৰ চৰকাৰে। এতিয়াৰে পৰা ২০০০পৰা ৫০০০ টকাৰ ভিতৰত জৰিমনা পৰিশোধ কৰিব লাগিব সুৰাপান...

NK HEALTH TIPS: তুলসীৰ উপকাৰিতাৰ বিষয়ে জানেনে?

NK হেলথ্ টিপছ্। আজি ক'বলৈ ওলাইছো তুলসীৰ উপকাৰিতাৰ বিষয়ে। তুলসীৰ আছে বহু ঔষধি গুণাগুণ। দৈনিক তুলসীৰ পাত খালে প্ৰতিৰোধ হয় বিভিন্ন ৰোগৰ। তুলসী পাতৰ...

কৰুণ! পেপাৰ মিলৰ আৰু এজন কৰ্মচাৰীয়ে হেৰুৱালে প্ৰাণ

ভাৰত চৰকাৰৰ মালিকানাধীন এইচপিচি পেপাৰ মিলত বৃদ্ধি পালে মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা। নগাঁও কাগজ কলৰ এইচপিচি কোৱাৰ্টাৰৰ বাসিন্দা আৰু নগাঁও কাগজ কলৰ কৰ্মী মঃ...

একে নিশাই ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

একে নিশাই ৰাজ্যত দুটাকৈ এনকাউণ্টাৰশোনিতপুৰৰ ভালুকপুঙত পুৱতি নিশা আৰক্ষীৰ এনকাউন্টাৰচাৰিদুৱাৰ আৰক্ষী আৰু নিষিদ্ধ ঘোষিত সংগঠন NLFB ৰ মুখামুখি সংঘৰ্ষঅসম-অৰুণাচল সীমান্তৰ ভালুকপুঙৰ বাৰ মাইলত সংঘটিত...

গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলামেঘালয় সীমান্তৰ চৰকপাৰাত হাতীৰ গচকত প্ৰাণ গ’ল এগৰাকী মহিলাৰনিহত মহিলাগৰাকীৰ নাম চেনিথা ৰাভা

Popular

‘টকাৰ দুৰ্বলতাই অৰ্থনীতিৰ কোনো ক্ষতি কৰা নাই’; কিয় এই বছৰ টকা চাপত পৰিছে?

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ মতে শেহতীয়াকৈ টকাৰ...

ইংৰাজসকলে কিয় মদ্যপান কৰিবলৈ এৰিছে?

মুছলমান দেশ ছৌদি আৰৱত সুৰাৰ বিপণী পুনৰ খোলা হৈছে,...

Subscribe

spot_imgspot_img