সোণাৰিত কাঠফুলা খাই শিশুসহ ৪ জনৰ মৃত্যু

0 25
  • সোণাৰিত কাঠফুলা খাই শিশুসহ ৪ জনৰ মৃত্যু
  • ২নং লালতি পথাৰত কাঠফুলা খাই অসুস্থ হৈছিল ৮জন
  • ৭ এপ্ৰিলত সেৱন কৰিছিল বিষাক্ত কাঠফুলা
  • আটাইকেইজন চিকিত্সাধীন হৈ আছিল AMCHতচিকিত্সাধীন অৱস্থাত ৪জনৰ মৃত্যু
  • অজয় কৰ্মকাৰ, ৰীমা কৰ্মকাৰ, চয়নিকা কৰ্মকাৰৰ মৃত্যু
  • মৃত্যু হৈছে জোনাকী পজা নামৰ আন এজন আক্ৰান্তৰ
Leave A Reply

Your email address will not be published.