অসমৰ ভূমিত থকা দলঙত অগ্নিসংযোগ খাচী দুৰ্বৃত্তৰ!

  • অশান্ত পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্ত
  • অসমৰ ভূমিত থকা দলঙত অগ্নিসংযোগ খাচী দুৰ্বৃত্তৰ
  • অগ্নিসংযোগ কৰা ৩ দুৰ্বৃত্তক কৰায়ত্ত
  • পথ নিৰ্মাণত জড়িত শ্ৰমিকৰ প্ৰচেষ্টাত নিৰ্বাপিত জুই
  • অভিযুক্ত দুৰ্বৃত্ত ৩টা অসম-মেঘালয় সীমান্তৱৰ্তী চাবুদাৰ
  • ঘটনাস্থলীত উপস্থিত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া
  • বৰ্তমান অসম আৰক্ষীৰ জিম্মাত অগ্নিসংযোগ কৰা ৩ দুৰ্বৃত্ত
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...