উঃমাঃ ১ম বাৰ্ষিকৰ পৰীক্ষাৰ সূচী সালসলনি, এই দিনতহে হ’ব পৰীক্ষা

0 167
  • অনিবাৰ্য কাৰণত উঃমাঃ ১ম বাৰ্ষিকৰ পৰীক্ষাৰ সূচী কিছু সালসলনি
  • ৪ মে’, ১৯ মে’ৰ পৰীক্ষাসমূহ হ’ব ক্ৰমে ৩০ মে’, ৩১ মে’ত
  • ৪ মে’ৰ আগবেলা আছিল ইংৰাজী, পিছবেলা বিহু বিষয়ৰ পৰীক্ষা
  • ৩০ মে’ৰ আগবেলা হ’ব ইংৰাজীৰ পৰীক্ষা, পিছবেলা বিহু
  • ১৯ মে’ৰ আগবেলা আছিল ইক’নমিক জিঅ’গ্ৰাফী/মিউজিক গ্ৰুপ বি
  • এই দুয়োটা বিষয়ৰ পৰীক্ষা হ’ব ৩১ মে’ৰ আগবেলা
  • ১৯ মে’ৰ পিছবেলা গণিতৰ পৰীক্ষা হোৱাৰ কথা আছিল
  • নতুন সূচী অনুসৰি গণিতৰ পৰীক্ষা হ’ব ৩১ মে’ৰ পিছবেলা
  • জনালে AHSECৰ পৰীক্ষা নিয়ন্ত্ৰকে
Leave A Reply

Your email address will not be published.