আমিষ-নিৰামিষ খাদ্য খোৱাক লৈ JNUত লংকাকাণ্ড!

  • আমিষ-নিৰামিষ খাদ্য খোৱাক লৈ JNUত লংকাকাণ্ড
  • নিশা বিশ্ববিদ্যালয়খনত দুটা ছাত্ৰদলৰ মাজত প্ৰচণ্ড মাৰপিট
  • মাৰপিটত গুৰুতৰভাৱে আহত কেইবাজনো ছাত্ৰ
  • ABVPৰ সমৰ্থকে আমিষ খাদ্য খোৱাত বাধা দিয়াৰ অভিযোগ
  • ৰাম নৱমী উপলক্ষে হোষ্টেলত মাংস খোৱাত বাধা দিছিল ABVPৰ সমৰ্থকে
  • সংঘাতৰ পিছতে নিশাই প্ৰতিবাদমুখৰ হৈ পৰে বিশ্ববিদ্যালয় চৌহদ
  • ABVPৰ বিৰুদ্ধে বসন্ত কুঞ্জ আৰক্ষী থানালৈ প্ৰতিবাদী সমদল
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেলত বিশেষ জুৰী বঁটা লাভ অসমীয়া ছবি ‘আদিশক্তি’ৰ

অসমীয়া চলচ্চিত্ৰ জগতলৈ আন এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম...

‘ৰৈ ৰৈ বিনালে’ৰ অভূতপূৰ্ব সফলতা: উপাৰ্জন আৰু ব্যয়ৰ সম্পূৰ্ণ হিচাপ প্ৰকাশ

অসমীয়া চলচ্চিত্ৰ জগতত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি আৰু...

জুৰোডস্থিত Rianshi Developersৰ ব্যৱসায়িক প্ৰতিষ্ঠানত GSTৰ অভিযান, কৰ ফাঁকিৰ অভিযোগ

গুৱাহাটীৰ জু ৰোডস্থিত ৰিয়েল ইষ্টেট কোম্পানী Rianshi Developersৰ ব্যৱসায়িক...