Tag: News

Browse our exclusive articles!

৭২ঘণ্টাৰ পিছতো আৰক্ষীৰ হাত লগা নাই কোনো তথ্য

সুনীল গগৈৰ ছিন্নমুণ্ড বিচাৰি হায়ৰাণ আৰক্ষীছিন্নমুণ্ড বিচাৰি পানী ঘোলা কৰিছে SIT-CIDএ৭২ঘণ্টাৰ পিছতো আৰক্ষীৰ হাত লগা নাই কোনো তথ্য হত্যাকাৰীৰ সন্ধান দিওতালৈ পুৰষ্কাৰ ঘোষণা উপায়ন্তৰ আৰক্ষীৰ।শনিবাৰেই...

বাৰিষাৰ পূৰ্বেই কালৰূপ ধাৰণ নৈ-উপনৈৰ

আগ বাৰিষাৰ ভৰ বান অব্যাহততাণ্ডৱ অপৰিৱৰ্তিত ভৰা নৈৰৰাইজে ভুগিছে যমৰ যাতনাঅহৰ্নিশে খাদ্য সংকট, নাটনি খোৱা পানীৰো ব্যৱস্থা ফেনে ফুটুকাৰে নৈখন দেখিলে এনে লাগে যেন এয়া...

শোকাৱহ! গাড়ীৰ ভিতৰতে জীৱন্তে জ্বলি ছাই হ’ল যুৱক

ৰাজপথসমূহত যেন কালিকাহে লাগিছে। দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ ভয়ংকৰ দুৰ্ঘটনা। প্ৰাণ হেৰুৱাইছে বহুজনে, চিৰদিনৰ বাবে ঘূণীয়া হৈছে বহুজন। তাৰ মাজতে এক ভয়ংকৰ...

বেচবলৰ দেশত ক্ৰিকেটৰ গৰ্জন

বেচবলৰ দেশত ক্ৰিকেটৰ গৰ্জনআমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ T-20 বিশ্বকাপউদ্বোধনী মেচত আমেৰিকাৰ হাতত বিধ্বস্ত কানাডা লেব্ৰন জেমছ, মাইকেল জৰ্ডান, উইলি মেছ, বেৰী বণ্ডছ। এইসকল খেলুৱৈ যেন যুক্তৰাষ্ট্ৰৰত...

ঢকুৱাখনাত চাঞ্চল্যকৰ ঘটনা

ঢকুৱাখনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ এখন চুমণিৰ মাজত উদ্ধাৰ কৰা হৈছে এটা অর্ধদগ্ধ মৃতদেহ। অর্ধদগ্ধ মৃতদেহটো সুনীল গগৈ নামৰ...

Popular

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

Subscribe

spot_imgspot_img