শোকাৱহ! গাড়ীৰ ভিতৰতে জীৱন্তে জ্বলি ছাই হ’ল যুৱক

ৰাজপথসমূহত যেন কালিকাহে লাগিছে। দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ ভয়ংকৰ দুৰ্ঘটনা। প্ৰাণ হেৰুৱাইছে বহুজনে, চিৰদিনৰ বাবে ঘূণীয়া হৈছে বহুজন। তাৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনাই কঁপাই হৈছে দেশ। যি দুৰ্ঘটনাত গাড়ীৰ ভিতৰতে জীৱন্তে জ্বলি ছাই হ’ল এজন যুৱক।

অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ সমীপৰ মেকাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ফৰ্চুনাৰ গাড়ী আৰু ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱাই এজন যুৱকে। মৃত যুৱকজন দিবাং উপত্যকাৰ ডাম্বুকৰ জীৱন লাকৰা। দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। গাড়ীখনৰ পৰা ওলাবলৈ আপ্ৰাণ চেষ্টা কৰিও বিফল হয় যুৱকজন। যাৰ ফলত গাড়ীৰ ভিতৰতে জীৱন্তে জ্বলি ছাই হৈ যায় যুৱকজন। ডাম্বুক বিধানসভা সমষ্টিৰ বিধায়ক পুইনিয়োৰ আপোমৰ ঘনিষ্ঠ সহায়ক আছিল মৃত জীৱন লাকৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...