Tag: India

Browse our exclusive articles!

আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দললৈ অসমৰ উমা চেত্ৰী

আয়াৰলেণ্ডৰ বিৰুদ্ধে হবলগীয়া আইডিএফচি ফাৰ্ষ্ট বেংক তিনিখন এদিনীয়া আন্তৰ্জাতিক খেলৰ শৃংখলাৰ বাবে অসমৰ উইকেট ৰক্ষক বেটাৰ উমা চেত্ৰীয়ে ভাৰতীয় দলত স্থান লাভ কৰিছে ।...

ভাৰতত HMPV সংক্ৰমণ

এক ভয়ংকৰ খবৰ। এইবাৰ ভাৰতত HMPV সংক্ৰমণ। বেংগালুৰুত প্ৰথমটো HMPV সংক্ৰমণৰ ঘটনা। ৮ মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV। বৰ্তমান শিশুটি বেংগালুৰুৰ এখন হাস্পতালত...

বিবাহপাশত আৱদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক। দীৰ্ঘদিনীয়া প্ৰেমিকাৰে সংসাৰৰ পাতনি মেলিলে কণ্ঠশিল্পীজনে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে বিয়াৰ ধুনীয়া-ধুনীয়া ফটো। "মে ৰহু য়া না ৰহু", "জব...

দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী। ৪৩ বছৰৰ মূৰত ভাৰতৰ প্রধানমন্ত্ৰীৰ কুৱেইট ভ্ৰমণ। ভ্রমণকালত কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰৰ সম্ভাৱনা। কুৱেইটৰ প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত-বিনিময়...

ধাৰাবাহিকভাৱে দেশৰ প্ৰান্তে প্ৰান্তে বোমাতংক

ধাৰাবাহিকভাৱে দেশৰ প্ৰান্তে প্ৰান্তে বোমাতংক। বৃহস্পতিবাৰে গুৱাহাটী ৰে’ল ষ্টেচন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত বোমাতংকই ৰূদ্ধশ্বাস পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত শুকুৰবাৰে মুম্বাইত থকা ৰিজাৰ্ভ বেংকৰ মুখ্য...

Popular

Subscribe

spot_imgspot_img