দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী। ৪৩ বছৰৰ মূৰত ভাৰতৰ প্রধানমন্ত্ৰীৰ কুৱেইট ভ্ৰমণ। ভ্রমণকালত কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰৰ সম্ভাৱনা। কুৱেইটৰ প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত-বিনিময় কৰিব মোদীয়ে। গাল্ফ কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধন কৰিব মোদীয়ে। ১৯৮১ চনতে কুৱেইটলৈ গৈছিল ভাৰতৰ প্ৰথম প্রধানমন্ত্ৰী। ইন্দিৰা গান্ধীয়ে ভ্রমণ কৰিছিল কুৱেইট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...