Tag: India

Browse our exclusive articles!

কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নতুন নিৰ্দেশনা। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্ৰেছক্ৰিপছন অবিহনে গ্ৰাহকে কিনিব নোৱাৰিব কোনো...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে অভিযুক্ত পি ভি কুলকাৰ্ণীক। মহাৰাষ্ট্ৰৰ পুনেত কৰ্মৰত লাটুৰৰ পি ভি কুলকাৰ্ণী। মূল অভিযুক্ত কুলকাৰ্ণী ৰসায়ন...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা অঞ্চলৰ পাৰ্কিং প্লেছত এই ঘটনা। জুয়ে নিমিষতে আগুৰি ধৰে গাড়ীবোৰক । অগ্নিকাণ্ডৰ কাৰণ নিশ্চিত হোৱা...

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা সাংস্কৃতিক অনুষ্ঠানত দেখা গ’ল এই দৃশ্য। কণ্ঠশিল্পীজনৰ গীতত মুগ্ধ হৈ উদ্যোক্তাই ওপচালে ধনেৰে। দ্বাৰকা জিলাৰ খাম্ভালিয়াত...

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ ধামৰ দুৱাৰ। বৈদিক ৰীতি-নীতি, মন্ত্ৰোচাৰণৰে মুকলি কৰা হ'ল ধামৰ দুৱাৰ। সজাই পৰাই তোলা হৈছে কেদাৰনাথ ধাম...

Popular

Subscribe

spot_imgspot_img