গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা সাংস্কৃতিক অনুষ্ঠানত দেখা গ’ল এই দৃশ্য।


কণ্ঠশিল্পীজনৰ গীতত মুগ্ধ হৈ উদ্যোক্তাই ওপচালে ধনেৰে। দ্বাৰকা জিলাৰ খাম্ভালিয়াত দেখা গ’ল এই দৃশ্য। শ্ৰীমদ্ভাগৱত শপত অনুষ্ঠানত ভাগ লৈছিল শিল্পীজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTM-ত ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উদ্দীপনাৰে উদযাপন

ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-এ শনিবাৰে বিশ্ববিদ্যালয়...

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূকম্পন; ছুনামিৰ সতর্কবার্তা জাৰি

ইণ্ডোনেছিয়াৰ পূব উপকূলীয় অঞ্চলত শনিবাৰে এক তীব্র ভূকম্পন অনুভূত...