‍‍৫খনকৈ দেশৰ ভ্ৰমণসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ইউনাইটেড আৰৱ এমিৰেটছ, নেডাৰলেণ্ড, চুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী।
২০ মে’ পৰ্যন্ত বিদেশত থাকিব প্ৰধানমন্ত্ৰীগৰাকী।
দেশজুৰি উদ্ভৱ হোৱা সংকটকালীন পৰিস্থিতিত মোদীৰ এই বিদেশ ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভূমিকম্পৰ জোকাৰণিত আকাশত কঁপিল বিমান, লছ এঞ্জেলছ বিমানবন্দৰত অৱতৰণ বাতিল কৰিলে ডেল্টা বিমানৰ পাইলটে

আমেৰিকাৰ কেলিফৰ্ণিয়াত ৫.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ সময়তে লছ...

গুৱাহাটীৰ কুমাৰপাৰাৰ নয়নতৰাত চাঞ্চল্যকৰ ঘটনা; চুৰি কৰিবলৈ গৈ গৃহস্থক আক্ৰমণ চোৰৰ

গুৱাহাটীৰ কুমাৰপাৰাৰ নয়নতৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চুৰি...

বিদেশৰ দৰে দেখিবলৈ ভাৰতৰ ৭ মনোমোহা পৰ্যটনস্থলী, চাওক কি কি আছে তালিকাত

বিদেশ ভ্ৰমণৰ সপোন বহু লোকৰ থাকে। কিন্তু ব্যয়বহুল বিমান...