আজি প্ৰ’টেম অধ্যক্ষৰূপে শপত লয় চন্দ্ৰমোহন পাটোৱাৰীয়ে

প্ৰ’টেম অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ।
বিধানসভাত দায়িত্বভাৰ গ্ৰহণ পাটোৱাৰীৰ।
আজি প্ৰ’টেম অধ্যক্ষৰূপে শপত লয় চন্দ্ৰমোহন পাটোৱাৰীয়ে।
ৰাজ্যপালে পাঠ কৰোৱায় শপত বাক্য।
স্থায়ী অধ্যক্ষ নোহোৱালৈ বিধানসভা পৰিচালনা কৰিব প্ৰ’টেম অধ্যক্ষই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ সন্মুখত কঠিন কূটনৈতিক পৰীক্ষা; BRICS সন্মিলনৰ পৰা ভাৰতে কি লাভ কৰিব?

নতুন দিল্লীত আৰম্ভ হৈছে ১৮সংখ্যক BRICS সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি...

সু/ৰা/ই কাল হ’ল নেকি ৫ যুৱকৰ জীৱন? ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দু/ৰ্ঘ/ট/না

শোণিতপুৰত ভয়ংকৰ পথ দু/ৰ্ঘ/ট/না, থিতাতে নি/হ/ত ৫ যুৱক। শোণিতপুৰৰ...

দিল্লীৰ ৰাজপথত পুটিনৰ ‘Aurus Senat’; কিয় বিশেষ পুটিনৰ এই বাহনখন?

নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ...

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...