Tag: India

Browse our exclusive articles!

ওচৰ চাপি আহিছে বেইজিং টেহৰাণঃ দিল্লী তেল অভিভত উদ্বিগ্নতা

✒️অচিন্ত্য শৰ্মা চলিত ৰুচ-ইউক্ৰেইন যুদ্ধই বহুক্ষেত্ৰত ভাঙি চুৰমাৰ কৰি দিছে সাম্প্ৰতিক বিশ্ব শৃংখলা। মিত্ৰ শত্ৰু হৈছে, পুৰণি শত্ৰু পৰিণতি হৈছে পৰম মিত্ৰত। আৰু নতুন বিশ্ব...

ঈদৰ নামাজৰ পিছতে ৰাজস্থানৰ যোধপুৰত উত্তেজনা!

ঈদৰ নামাজৰ পিছতে ৰাজস্থানৰ যোধপুৰত উত্তেজনাদুটা ফৈদৰ মাজত সংঘৰ্ষক লৈ সৃষ্টি হয় উত্তেজনাপৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনাতাৎক্ষণিকভাৱে ইণ্টাৰনেট সেৱা বন্ধ কৰিলে জিলা প্ৰশাসনেসকলোকে শান্তি...

মহানগৰীত যুৱকৰ ৰহস্যজনক আত্মহত্যা

মহানগৰীত যুৱকৰ ৰহস্যজনক আত্মহত্যানয়ণপুৰৰ হাউছ নং ১২ত আত্মহত্যা যুৱকৰমৃত যুৱকজনৰ নাম বলেন ডেকাগণেশগুৰিৰ ডাৰ্জিলিং ষ্ট’ৰত কৰ্মৰত আছিল বলেন২৪ বছৰীয়া যুৱকজনৰ ঘৰ মঙলদৈতপ্ৰেমজনিত ঘটনাৰ বাবেই...

সামগ্ৰীৰ মাজত লুকুৱাই কলৈ নিছিল হেণ্ডগ্ৰেনেড, বিমান বন্দৰতে আটক সেনা জোৱানক

শ্ৰীনগৰ বিমান বন্দৰত এজন সেনা জোৱানৰ পৰা এটা হেণ্ড গ্ৰনেড উদ্ধাৰ কৰে বিমান বন্দৰত থকা নিৰাপত্তাৰক্ষীয়ে। শ্ৰীনগৰ বিমানবন্দৰত প্ৰৱেশৰ সময়তে নিৰাপত্তাৰক্ষীয়ে জোৱানজনৰ পৰা উদ্ধাৰ...

মাৰ্চ মাহত WhatsApp-এ নিষিদ্ধ কৰিলে ১৮ লাখ ভাৰতীয় একাউণ্ট, তালিকাত আপোনাৰো নাম আছে নেকি?

মাৰ্চ মাহত WhatsApp-এ নিষিদ্ধ কৰিছে ১৮ লাখৰো অধিক ভাৰতীয় একাউণ্ট। ২০২১ চনৰ নতুন IT অধিনিয়ম অনুসৰি ১৮ লাখৰো অধিক গ্ৰাহকৰ একাউণ্ট বেন কৰিছে প্ৰতিষ্ঠানটোৱে।...

Popular

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...

গোৱালপাৰাৰ লক্ষীপুৰত বাংলাদেশীৰ সন্দেহত ২ মহিলাক আটক; অবৈধ অনুপ্ৰৱেশত সহযোগিতাৰ অভিযোগত আন এজন লোককো আটক আৰক্ষীৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰত অবৈধ অনুপ্ৰৱেশৰ অভিযোগত দুগৰাকী মহিলাক আটক...

Subscribe

spot_imgspot_img