ঈদৰ নামাজৰ পিছতে ৰাজস্থানৰ যোধপুৰত উত্তেজনা!

  • ঈদৰ নামাজৰ পিছতে ৰাজস্থানৰ যোধপুৰত উত্তেজনা
  • দুটা ফৈদৰ মাজত সংঘৰ্ষক লৈ সৃষ্টি হয় উত্তেজনা
  • পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনা
  • তাৎক্ষণিকভাৱে ইণ্টাৰনেট সেৱা বন্ধ কৰিলে জিলা প্ৰশাসনে
  • সকলোকে শান্তি বৰ্তাই ৰখাৰ আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহল’টৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...