OLXত ফাৰ্নিচাৰ ক্ৰয়ৰ নামত প্ৰৱঞ্চকে লুটিলে ধন!

  • মহানগৰীত অনলাইন প্ৰৱঞ্চকৰ ভয়ংকৰ জাল
  • OLXত ফাৰ্নিচাৰ ক্ৰয়ৰ নামত প্ৰৱঞ্চকে লুটিলে ধন
  • ৰুবী কটকী নামৰ চিকিৎসক গৰাকীৰ পৰা ধন লুট
  • ৭৭৩৫৭২৯৯৫০ নম্বৰৰ পৰা প্ৰৱঞ্চকে কৰিছিল ফোন
  • নীতিশ কুমাৰ নামৰ এজন লোকে কৰিছিল ফোন
  • Google Payৰ জৰিয়তে প্ৰৱঞ্চনাৰে সৰকালে ৮০হাজাৰ টকা
  • ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত গোচৰ ৰুজু
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...