Tag: Assam

Browse our exclusive articles!

জনজাতিকৰণ হ’বই লাগিব, ধাৰাবাহিক আন্দোলন ঘোষণা

জনজাতিকৰণৰ দাবীত পুনৰ জাঙুৰ খাই উঠিছে সদৌ অসম কোচ-ৰাজবংশী সন্মিলন। বাৰম্বাৰ চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা নিদিয়াত ক্ষুব্ধ হৈ পৰিছে সংগঠনটো।...

নিজম পৰিল বাদুংদুপ্পাৰ শালনি, আকৌ এবছৰলৈ অপেক্ষা কৰিব নাট্যপ্ৰেমীয়ে

হাবিৰ মাজত নাট সমাৰোহ। নিজম পৰিল গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলা কেন্দ্ৰৰ বাকৰি। প্ৰতি বছৰৰ দৰে এইবেলিও সফলভাবে সামৰণি পৰিল আণ্ডাৰ দ্যা ছাল ট্ৰি...

২০ ডিচেম্বৰলৈ বন্ধ পাঠদান

কভিডৰ দৈনিক নতুন নতুন সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ বিশ্বনাথ জিলাৰ বিহালীৰ শিক্ষানুষ্ঠানত কভিডৰ জাল। পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা জাহ্নৱী নাথৰ...

এইবাৰ বেদখলকাৰীৰ কবলত বীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভূমি

এইবাৰ বেদখলকাৰীৰ কবলত বীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভূমি। গোলাঘাটৰ চাৰিঙীয়াস্থিত ঐতিহাসিক বাৰীখনৰ অবাধ বেদখলে ক্ৰমাৎ বিপন্ন কৰি তুলিছে ইয়াৰ অস্তিত্ব। গোলাঘাট...

বিশিষ্ট লেখক-গৱেষক ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটা

ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটাউত্তৰ লক্ষীমপুৰ কলেজৰ অধ্যাপক ড০ ৰাজখোৱাবিশিষ্ট লেখক-গৱেষক গৰাকীলৈ প্ৰথমবাৰৰ বাবে এই বঁটাসাহিত্যিক যুগল লোচন দাসলৈ পানীন্দ্ৰনাথ গগৈ বঁটাদাস...

Popular

বৰষা-ভাস্কৰৰ ঘৰলৈ আহিল লখিমী

নৱবৰ্ষৰ প্ৰাকক্ষণত অভিনেত্ৰী বৰষাৰণী বিষয়াই দিলে ভাল খবৰ বৰষা-ভাস্কৰৰ ঘৰলৈ...

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ। দেওবাৰে নিশা...

প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০...

টংলাৰ ২ দেৱশিশুৰ হত্যা ৰহস্য ফাদিল

অকল্পনীয়, অবাস্তৱ, লোমহৰ্ষক। মাত্ৰ ১০ মিনিটতে ২ ভাতৃক হত্যা।...

Subscribe

spot_imgspot_img