Tag: Assam news

Browse our exclusive articles!

গুৱাহাটীৰ যান-জঁটকলৈ প্ৰীতি জিণ্টাৰ টুইট

শনিবাৰে বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টাই গুৱাহাটীত কামাখ্যা মন্দিৰ দৰ্শন কৰে। ৫ এপ্ৰিলত আইপিএলৰ নিজ দল পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ খেলখন চাবলৈ বৰষাপাৰা ষ্টেডিয়ামত...

ফেশ্যন আৰু গ্লেমাৰৰ জগতত সংযুক্তা দত্তৰ গৌৰৱোজ্বল ১০ বছৰ

ফেশ্বন আৰু গ্লেমাৰৰ জগতত আজি গৌৰৱোজ্জল ১০টা বছৰ সম্পূৰ্ণ কৰে অসম কণ্যা তথা খ্যাতিমান ডিজাইনাৰ সংযুক্তা দত্তই। এই দহ বছৰীয়া যাত্ৰাক উদযাপনৰ বাবে গুৱাহাটীৰ...

গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা

গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা, সংবাদ মাধ্যমক অধিক দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান সংবাদ মাধ্যমে ’ব্ৰেকিং নিউজ’ৰ দৌৰত...

পৰৱৰ্তী পৰীক্ষাসমূহ কেনেকৈ পাতিব SOP জাৰি SEBAৰ

পৰৱৰ্তী পৰীক্ষাসমূহ কেনেকৈ পাতিব SOP জাৰি SEBAৰপ্রতিখন থানা, আৰক্ষী চকীৰ বাবে নিযুক্ত হ’ব শিক্ষা বিষয়াশিক্ষা বিষয়াৰ অনুপস্থিতিত জ্যেষ্ঠ শিক্ষকক দিব দায়িত্বথানা, আৰক্ষী চকীৰ পৰা...

নতুন দিল্লীত সাহিত্য অকাডেমিৰ বৃহত্তম ‘সাহিত্যোৎসৱ’

নতুন দিল্লীত সাহিত্য অকাডেমিৰ বৃহত্তম ‘সাহিত্যোৎসৱ’এই অনুষ্ঠানতে প্ৰদান কৰা হয় সাহিত্য অকাডেমি বঁটানতুন দিল্লীৰ কামানি প্ৰেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠানঅনুষ্ঠানত সাহিত্য অকাডেমি বঁটা গ্ৰহণ মনোজ...

Popular

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

Subscribe

spot_imgspot_img