Tag: Assam news

Browse our exclusive articles!

অসম আৰক্ষীত হৈছে কি? তিনিমাহে নিৰুদ্দেশ আৰক্ষী জোৱান

এইবাৰ অসম আৰক্ষীত সংঘটিত হৈছে কোনোদিনে নোহোৱা-নোপোজা ঘটনা। প্ৰায় তিনিমাহ ধৰি নিৰুদ্দেশ হৈ আছে এজন আৰক্ষী জোৱান। সন্ধানহীন আৰক্ষী জোৱানজন চবিন নাথ। নগাঁওস্থিত নৱম...

মহানগৰীত প্ৰেমিক যুগলে এয়া কি কৰিলে?

এইবাৰ গুৱাহাটীত প্ৰেমিক যুগলে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। মহানগৰীৰ হোম ষ্টে'ত কৰ্মচাৰীৰে সংঘাত প্ৰেমিক-প্ৰেমিকাৰ। ১০ দিনৰ বিলৰ ১৮ হাজাৰ টকা বাকী কৰিলে প্রেমিকযুগলে। পাছত...

২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ

মাজত মাথো এটা দিন। ২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ। সমগ্ৰ দেশজুৰি ধ্বনিত হৈছে ভগৱান ৰামৰ বন্দনা। কেৱল অযোধ্যাই নহয়, সমগ্ৰ...

অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনাই KMSSত আঘাত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনা পুৱতি নিশাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাধিক...

পুনৰ অগ্নিগৰ্ভা ম্যানমাৰ

পুনৰ অগ্নিগৰ্ভা ম্যানমাৰজুণ্টা সামৰিক চৰকাৰৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী!বিদ্ৰোহীৰ আগ্ৰাসনত কঁপিছে ম্যানমাৰৰ সামৰিক চৰকাৰদলে দলে জুণ্টা সেনা প্ৰবেশ কৰিছে মিজোৰামত বিদ্ৰোহীৰ আগ্ৰাসনত কঁপিছে ম্যানমাৰৰ সামৰিক...

Popular

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

Subscribe

spot_imgspot_img