Tag: Assam news

Browse our exclusive articles!

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ গুৱাহাটীত পথ নিৰ্দেশনা

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত পথ নিৰ্দেশনা আজি দিনৰ ২ বজাৰ পৰা NH 27, NH 17ত বাণিজ্যিক বাহন চলাচলত বাধা। ৪ ফেব্ৰুৱাৰী পুৱা ৪ বজাৰ...

মোদীময় হৈ পৰিব গুৱাহাটী মহানগৰী

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব। ১১,৫৯৯ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰিব...

ড্ৰাগছৰ বিৰুদ্ধে চলিছিল অভিযান, ওলাল বৃহৎ পৰিমাণৰ নকল সোণ

শোণিতপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অকাবস্তী বঙালী গাঁৱত এক অভিযান চলাই জব্দ কৰে ড্ৰাগছসহ নকল সোণ। চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা এক...

বিদায় বীৰ!

এটা অৰ্ধনিৰ্মিত ঘৰবুকু বিদাৰি যোৱা কাতৰ কান্দোনআৰু এটা হিয়া ভঙা খবৰগাঁৱৰ আকাশ কঁপাই গুজৰিল ২১ টা টোপধ্বনিএই গৌৰৱময় ক্ষণ, অথচ মৰ্মান্তিক মূহূৰ্তৰ সাক্ষী হৈ...

ওদালগুৰিত ঘৰভৰি ফুলি থকা নিয়ৰমালতী ফুল চাবলৈ ৰাইজৰ ভিৰ

ওদালগুৰি জিলাৰ এখন ঘৰ আহিছে বিশেষভাৱে চৰ্চালৈ। ওদালগুৰিৰ ৪ নং ৰজাগড়ৰ এখন বিশেষ ঘৰ। ঘৰৰ গৰাকী এইজন হৰেশ্বৰ ডেকা। দিন হাজিৰা কৰা এই মানুহজনৰ...

Popular

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

Subscribe

spot_imgspot_img