বাঘৰ সৈতে যুঁজ কৰি পত্নীক ৰক্ষা কৰিলে স্বামীয়ে

বাঘৰ সৈতে যুঁজ কৰি পত্নীক ৰক্ষা কৰিলে স্বামীয়ে। সাহসী স্বামী দিলীপ গড়ৰ কথা সকলোৰে মুখে মুখে। কলিয়াবৰ চাহ বাগিচাৰ দিলীপ গড়ে কেনেকৈ উদ্ধাৰ কৰিছিল পত্নীক? NKTV PLUSৰ সন্মুখত সাহসী লোকজনৰ শিহৰণকাৰী বৰ্ণনা। কি ক’লে দিলীপ গড়ে? চাওক সবিশেষ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...