কাছাৰত বৃদ্ধি পাইছে ছোৱাইন ফ্লুৰ সংক্ৰমণ

কাছাৰত বৃদ্ধি পাইছে ছোৱাইন ফ্লুৰ সংক্ৰমণ। হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ শিশুৰ মৃত্য।
মৃত্যু হোৱা ডেৰ বছৰীয়া শিশুটিৰ নাম ফাৰহানা খানম। ছোৱাইন ফ্লুক লৈ চাঞ্চ্যলৰ সৃষ্টি হৈছে হাইলাকান্দিত। ছোৱাইন ফ্লুৰ বাবে জিলাখনত জাৰি কৰা হৈছে হাই এলাৰ্ট। কাছাৰত ৩ শিশুসহ ৪জন আক্ৰান্ত ছোৱাইন ফ্লুত। সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আক্ৰান্তসকল। ৩, ৪ আৰু ৫ মহীয়া শিশু ছোৱাইন ফ্লুত আক্ৰান্ত হৈ চিকিৎসাধীন। অৱশ্যে ছোৱাইন ফ্লুক লৈ আতংকিত হোৱাৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই বুলি প্ৰকাশ স্বাস্থ্যবিভাগৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...