ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ কৰুণ মৃত‍্যু

ভূগৰ্ভস্ত টেংকীত বিষাক্ত গেছ। উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ কৰুণ মৃত‍্যু। এখন গুৰুকুলত ছাবমাৰ্চিবল টেংক পৰিষ্কাৰ কৰাৰ সময়ত
বিষাক্ত গেছৰ সংস্পৰ্শলৈ অহাত মৃত্যুক আকোঁৱালি লয় ৪ ছাত্ৰই। ঘটনাৰ পিছতে মথুৰাৰ জিলাধিপতি চন্দ্ৰ প্ৰকাশ সিঙে তদন্তৰ নিৰ্দেশ দিছে। ঘটনাটোৰ কাৰণ আৰু আন আন তথ্য সন্দৰ্ভত অধিক সবিশেষ এতিয়াও পোহৰলৈ অহা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হানী ট্ৰেপিঙৰ জালত বেংক মেনেজাৰ; লুটিলে ৩.১৫ লাখ টকা

যোৰহাটত হানী ট্ৰেপিং চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযোগ অনুসৰি,...

মাজুলীত বিধ্বস্ত পথৰ ভয়ংকৰ পৰিণতি; চিকিৎসালয় পোৱাৰ পূৰ্বেই বাহনতে সন্তান প্ৰসৱ

মাজুলীত বিধ্বস্ত বাট-পথে উদঙাইছে উন্নয়নৰ আন এক ছবি। বিধ্বস্ত...

১২০খন চৰকাৰী চাকৰিৰ বাবে আবেদন; তিনিখন ‘বুক অৱ ৰেকৰ্ডছ’ত নাম দীপজ্যোতিৰ

আমগুৰিৰ এগৰাকী যুৱকৰ অধ্যৱসায় আৰু নেৰানেপেৰা প্ৰচেষ্টাই লাভ কৰিছে...

মুদ্ৰাস্ফীতিৰ মাজতে ডাঙৰ সিদ্ধান্ত RBIৰ; RBI-এ বৃদ্ধি কৰিলে ৰেপো ৰেট, ৫.২৫ শতাংশৰ পৰা ৫.৫ শতাংশলৈ বৃদ্ধি ৰেপো ৰেট

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে ভাৰতীয়...