এণ্টি-টেংক গাইডেড মিছাইল ‘হেলিনা’ৰ সফল পৰীক্ষণ সম্পন্ন

আজি পোখৰাণত দেশৰ উচ্চ ক্ষমতাৰ এণ্টি-টেংক গাইডেড মিছাইল ‘হেলিনা’ৰ সফল পৰীক্ষণ কৰা হয়।

ভাৰতীয় সেনা, ভাৰতীয় বাযুসেনা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ বিজ্ঞানীসকলে যুটীয়াভাৱে এই পৰীক্ষণ পৰিচালনা কৰে।

দেশত নিৰ্মিত এখন হেলিকপ্টাৰৰ পৰা এই মিছাইলটো নিক্ষেপণ কৰা হৈছিল।

দেশৰ এই মিছাইলটো বিশ্বৰ আটাইতকৈ উন্নত এণ্টি-টেংক অস্ত্ৰ বুলি চিহ্নিত কৰা হৈছে।

এই সাফল্যৰ বাবে DRDO আৰু ভাৰতীয় সেনাক অভিনন্দন জনাই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

এই পৰীক্ষণ প্ৰত্যক্ষ কৰে জেষ্ঠ বিজ্ঞানী আৰু DRDOৰ জেষ্ঠ সেনা কামাণ্ডাৰেও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...